நற்றிணை 70
சிறு வெள்ளாங்குருகே! சிறு
வெள்ளாங்குருகே!
துறை போகு அறுவைத் தூ மடி அன்ன
நிறம் கிளர் தூவிச் சிறு
வெள்ளாங்குருகே!
எம் ஊர் வந்து எம் உண் துறைத்
துழைஇ,
சினைக் கெளிற்று ஆர்கையை அவர்
ஊர்ப் பெயர்தி;
அனைய அன்பினையோ, பெரு மறவியையோ-
ஆங்கண் தீம் புனல் ஈங்கண் பரக்கும்
கழனி நல் ஊர் மகிழ்நர்க்கு என்
இழை நெகிழ் பருவரல் செப்பாதோயே?
- வெள்ளிவீதியார்
குறிப்பு: தலைவி குருகிடம் சொல்லியது.
নট্ৰিনেই ৭০
হে ক্ষুদ্ৰ
শুকুলা বগলী/ হে ক্ষুদ্ৰ শুকুলা বগলী,
যাৰ qw পাখি দুখন এইমাত্ৰ ধুই দিয়া বস্ত্ৰৰ দৰে/
আমাৰ নগৰলৈ
আহা,
নদীৰ পাৰত
গৰ্ভৱতী
কেলিৰো মাছ
বিচাৰি হেঁপাহ পলুৱাই খাবা৷
তাৰ পাছত
ইয়াত বৈ থকা সুমিষ্ট পানীখিনি লৈ
তেওঁৰ নগৰলৈ
যাবা৷
তাত গৈ
ধুনীয়া পথাৰ থকা নগৰখনত
মোৰ
প্ৰিয়তমক যেতিয়া লগ পাবা,
তেওঁক ক’বা
যে মই প্ৰেমহীনতাত
ভুগিছোঁ আৰু
মোৰ অলংকাৰবোৰ খহি পৰিছে৷
মোৰ বাবে
ইমানখিনি কৰিব পৰাকৈ তুমি
দয়ালু হয়নে? নে তেওঁক নোকোৱাকৈয়ে পাহৰি যাবা?
- ৱেল্লিবীদিয়াৰ
তিনই-মৰুতম
টোকাঃ
নায়িকাই শুকুলা ৰঙৰ বগলী এটাক এনেদৰে কৈ আছিল৷
No comments:
Post a Comment