புறநானூறு 73
மெல்ல வந்து, என் நல்லடி பொருந்தி,
‘ஈ’யென இரக்குவர் ஆயின், சீருடை
முரசு கெழு தாயத்து அரசோ தஞ்சம்;
இன் உயிர் ஆயினும் கொடுக்குவென், இந் நிலத்து;
ஆற்றல் உடையோர் ஆற்றல் போற்றாது, என்
உள்ளம் எள்ளிய மடவோன், தெள்ளிதின்
துஞ்சு புலி இடறிய சிதடன் போல,
உய்ந்தனன் பெயர்தலோ அரிதே’
மைந்துடைக்
கழை தின் யானைக் கால் அகப்பட்ட
வன் திணி நீள் முளை போல, சென்று அவண் 10
வருந்தப் பொரேஎன் ஆயின், பொருந்திய
தீது இல் நெஞ்சத்துக் காதல்
கொள்ளாப்
பல் இருங் கூந்தல் மகளிர்
ஒல்லா முயக்கிடைக் குழைக என் தாரே!
- பாடியவர்: சோழன் நலங்கிள்ளி
পুৰনানুৰু ৭৩
যদি তেওঁলোক
লাহে ধীৰে আহি মোৰ আগত
নতশিৰ হয়
আৰু মোক অনুৰোধ কৰে,
তেতিয়া
ৰাজকীয় ঢোল পিটি মোৰ ৰাজ্যৰ
অধিকাৰ দিম৷
তেওঁলোকে
যদি মোৰ জীৱনো বিচাৰে, মই দিবলৈ ৰাজী৷
কিন্তু সেই
অজ্ঞানীসকল যিয়ে এই ৰাজ্যৰ
প্ৰতিভাক
প্ৰশংসা নকৰে আৰু মোক
সন্মান
প্ৰদৰ্শন নকৰে,
তেওঁলোক মোৰ
পৰা হাত সাৰি যাব নোৱাৰেক্ক
বাঁহ গছ
ভক্ষণ কৰা এটা হস্তীৰ ভৰিত
এডাল দীঘল
কাঁইট সোমাই থাকিলে যিদৰে কষ্ট পায়,
ঠিক তেনেদৰে
মই যদি তেওঁলোকক শাস্তি দিব নোৱাৰোঁ,
মোৰ ডিঙিত
ওলমি থকা মালাবোৰ
সেই দীঘল
চুলিৰ নাৰীসকলৰ স্পৰ্শত
ধবংস হ’ব, যাৰ অন্তৰত মোৰ প্ৰতি
অলপো প্ৰেম
ভাৱ নাই৷
- চোলন নালনকিল্লি
টোকাঃ চোলন
নাডুনকিল্লি আৰু চোলন নালনকিল্লিয়ে ইজনে সিজনৰ লগত যুদ্ধ কৰিছিল৷ তেতিয়া চোলন
নালনকিল্লিয়ে এই কবিতাটো গাইছিল৷
புறநானூறு - 74
குழவி இறப்பினும், ஊன் தடி பிறப்பினும்,
‘ஆள் அன்று’ என்று
வாளின் தப்பார்;
தொடர்ப் படு ஞமலியின்
இடர்ப்படுத்து இரீஇய,
கேள் அல் கேளிர் வேளாண் சிறுபதம்,
மதுகை இன்றி, வயிற்றுத் தீத் தணியத்,
தாம் இரந்து உண்ணும் அளவை
ஈன்மரோ, இவ் உலகத்தானே?
- சேரமான் கணைக்கால்
இரும்பொறை
পুৰনানুৰু ৭৪
এটি শিশুৰ
যেন মৃত্যু ঘটিছিল অথবা
এটি ভ্ৰুণ
মাংসপিণ্ডৰ দৰে জন্ম হৈছিল৷
মোৰ
পূৰ্বপুৰুষসকল যদিও মানুহ নাছিল
তেওঁলোকক
এনেকুৱা ব্যৱহাৰ কৰি
তৰোৱালেৰে
কাটিছিল৷
এতিয়া
এনেকুৱা পৰ্যায় পালেহি
শিকলি লগোৱা
কুকুৰৰ দৰে
মই ভুগি
আছোঁ৷
নায়কৰ দৰে
মোক হত্যা কৰা নাই৷
পেটত জ্বলি
থকা
জুইকুৰাৰ
বাবে দয়া-মমতাহীন
শত্ৰুক
পানীৰ বাবে ভিক্ষা মাগিছোঁ৷
এই কাৰণেই
পিতৃ-মাতৃয়ে মোক
জন্ম দিছিল
নেকি?
- চেৰমান কনইকাল ইৰুমপৰই
টোকাঃ
যুদ্ধত হাৰি ৰজাজনে এই কবিতাটো লিখিছিল৷
புறநானூறு 86
சிற்றில் நற்றூண் பற்றி,
“நின் மகன்
யாண்டு உளனோ?”
என வினவுதி; என் மகன்
யாண்டு உளன் ஆயினும் அறியேன்; ஓரும்
புலி சேர்ந்து போகிய கல் அளை போல,
ஈன்ற வயிறோ இதுவே;
தோன்றுவன்மாதோ, போர்க்களத்தானே.
- காவற்பெண்டு
পুৰনানুৰু ৮৬
মোৰ সৰু
ঘৰটোৰ ধুনীয়া খুঁটা এটাত ধৰি
সুধিছা -
‘তোমাৰ পুত্ৰ ক’ত?’
মই নাজানো
সি ক’ত আছে?
যিদৰে এখন
পৰ্বতৰ গুহাত বাঘে
বসবাস কৰি
এৰি গুচি যায়,
তাক জন্ম
দিয়া মোৰ গৰ্ভও ঠিক তেনেকুৱা৷
সি
যুদ্ধক্ষেত্ৰত দেখা দিব৷
- কবৰপেন্দু
টোকাঃ বীৰ
প্ৰকৃতিৰ কবিতা৷ পুত্ৰৰ বিষয়ে কোনোবাই প্ৰশ্ন কৰাত মাতৃয়ে এনেদৰে গৌৰৱেৰে উত্তৰ
দিছে৷
புறநானூறு 87
களம் புகல் ஓம்புமின், தெவ்விர்! போர் எதிர்ந்து,
எம்முளும் உளன் ஒரு பொருநன்ப்; வைகல்
எண் தேர் செய்யும் தச்சன்
திங்கள் வலித்த கால் அன்னோனே.
- ஔவையார்
பாடப்பட்டோன்: அதியமான் நெடுமான்
அஞ்சி
পুৰনানুৰু ৮৭
হে
শত্ৰুগণক্ক যুদ্ধক্ষেত্ৰত প্ৰৱেশ
কৰাৰ আগতে
নিজক ৰক্ষা কৰাক্ক
আমাৰ মাজত
এজন যুঁজাৰু আছে
যিয়ে
তোমালোকৰ সৈতে যুদ্ধ কৰিব৷
তেওঁ এখন
ৰথৰ চকাৰ দৰে৷
যাক অতি
যত্নৰে
এমাহ ধৰি
এজন কাঠমিস্ত্ৰীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে,
যিজনে এদিনত
আঠখন ৰথ
নিৰ্মাণ
কৰেক্ক
- অৱইয়াৰ
টোকাঃ
অৱইয়াৰে ৰজা আদিয়মন নেডুমন আঞ্জিৰ বাবে কবিতাটো লিখিছিল৷
புறநானூறு 95
இவ்வே, பீலி அணிந்து, மாலை சூட்டி,
கண் திரள் நோன் காழ் திருத்தி, நெய் அணிந்து,
கடியுடை வியன் நகரவ்வே, அவ்வே,
பகைவர்க் குத்தி, கோடு, நுதி, சிதைந்து,
கொல் துறைக் குற்றிலமாதோ - என்றும்
உண்டாயின் பதம் கொடுத்து,
இல்லாயின் உடன் உண்ணும்,
இல்லோர் ஒக்கல் தலைவன்,
அண்ணல் எம் கோமான், வைந் நுதி வேலே.
- ஔவையார்
பாடப்பட்டோன்: அதியமான் நெடுமான்
அஞ்சி
পুৰনানুৰু ৯৫
ইয়াত,
যাঠিবোৰ
ময়ূৰৰ পাখি
আৰু মালাৰ
সহায়ত সজোৱা হৈছে৷
ঘীঁ সনা
শক্তিশালী যাঠিৰ
মুঠিবোৰ
সঠিক অৱস্থাত আছে৷
এই
ৰাজপ্ৰসাদটো ৰখীয়াৰে
পৰিৱেষ্টিত৷
তাত,
যাঠিবোৰ
কমাৰৰ সৰু চালি এখনৰ তলত
আছে, সিহঁতৰ চিক্চিকীয়া ধাৰ থকা অংশবোৰ
শত্ৰুক আঘাত
কৰোঁতে ভাঙি পৰিছে৷
যেতিয়া
তেওঁৰ ওচৰত যথেষ্ট পৰিমাণে থাকে,
খাদ্যবস্তুবোৰ
বিলাই দিয়ে৷
যদি তেওঁৰ
ওচৰত বেছি নাথাকে
তেতিয়াও
সেইখিনি সকলোৰে সৈতে
ভগাই গ্ৰহণ
কৰে৷
যাৰ ওচৰত
একো নাই
তেওঁলোকৰ
গৰাকী
আমাৰ মহান
দয়ালু ৰজা৷
- অৱইয়াৰ
টোকাঃ ৰজা
আদিয়মন নেডুমন আঞ্জিয়ে অৱইয়াৰক ৰজা তনদাইমনৰ ওচৰলৈ পঠিয়াইছিল৷ তেতিয়াই অৱইয়াৰে
কবিতাটো ৰচনা কৰিছিল৷
புறநானூறு 101
ஒரு நாள் செல்லலம்; இரு நாள் செல்லலம்;
பல நாள் பயின்று, பலரொடு செல்லினும்,
தலைநாள் போன்ற விருப்பினன் மாதோ,
-
இழை அணி யானை இயல்தேர் அஞ்சி
அதியமான்; பரிசில் பெறூஉம் காலம்
நீட்டினும், நீட்டாது ஆயினும், களிறு தன்
கோட்டு இடை வைத்த கவளம் போலக்
கையகத்தது; அது பொய் ஆகாதே;
அருந்த ஏமாந்த நெஞ்சம்!
வருந்த வேண்டா; வாழ்க அவன் தாளே!
- ஔவையார்
பாடப்பட்டோன்: அதியமான் நெடுமான்
அஞ்சி
পুৰনানুৰু ১০১
আমি তেওঁৰ
ওচৰলৈ এদিন বা দুদিনৰ
বাবে যোৱা
নছিলোঁ,
বহুদিন
বহুতৰ সৈতে গৈছোঁ৷
তেওঁ প্ৰথম
দিনা যিদৰে স্বাগতম জনাইছিল
সদায়
তেনেদৰেই জনায়৷
কম সময় লাগক
বা বেছি সময়েই লাগক
উপহাৰ
থাকেই৷
আমি যেতিয়া
সুন্দৰ ৰথ আৰু অলংকাৰেৰে
সজ্জিত
হাতীৰ গৰাকী আদিয়মানৰ পৰা
উপহাৰ লাভ
কৰোঁ,
আমাৰ হাতত
থকা উপহাৰবোৰ
যেন হাতীৰ
দাঁতৰ মাজত থোৱা খাদ্যৰ
টোপোলা৷
তেওঁ আমাক
নিৰাশ নকৰে,
খাদ্য বিচৰা
মোৰ হৃদয়খনক্ক
দুখ
নকৰিবাক্ক তেওঁৰ কষ্টবোৰ যেন সফল হয়ক্ক
- অৱইয়াৰ
টোকাঃ কবিয়ে
ৰজা আদিয়মন নেডুমান আঞ্জিৰ দয়ালু স্বভাৱৰ বিষয়ে বৰ্ণনা কৰিছে৷
புறநானூறு 107
“பாரி பாரி” என்று பல
ஏத்தி,
ஒருவற் புகழ்வர், செந்நாப் புலவர்,
பாரி ஒருவனும் அல்லன்;
மாரியும் உண்டு, ஈண்டு உலகு புரப்பதுவே.
- கபிலர்
பாடப்பட்டோன்: வேள் பாரி
পুৰনানুৰু ১০৭
‘‘পাৰীক্ক পাৰীক্ক’’ – তেওঁলোকে উচ্ছাৰণ কৰিলে,
আৰু
সোণসেৰীয়া জিভাৰ
কবিসকলে
তেওঁক প্ৰশংসা কৰিছে৷
ইয়াত মাত্ৰ
পাৰীয়েই নাই,
বৰষুণো আছে,
যিয়ে
পৃথিৱীখনক দিয়ে আৰু
ৰক্ষা কৰে৷
- কপিলাৰ
টোকাঃ
কপিলাৰে ৰজা ৱেল পাৰীৰ বাবে গাইছিল৷
புறநானூறு 112
அற்றைத் திங்கள் அவ் வெண்ணிலவின்,
எந்தையும் உடையேம்; எம் குன்றும் பிறர் கொளார்;
இற்றைத் திங்கள் இவ் வெண்ணிலவின்,
வென்று எறி முரசின் வேந்தர் எம்
குன்றும் கொண்டார்; யாம் எந்தையும் இலமே!
- பாரியின் இரண்டு மகள்களும் பாடியது.
পুৰনানুৰু ১১২
যোৱা মাহত,
qw জোনৰ তলত
আমাৰ ওচৰত
পিতাও আছিল
আৰু কোনেও
আমাৰ পাহাৰখনক
দখল কৰা
নাছিল৷
এই মাহত,
qw জোনৰ তলত
ৰজাবোৰৰ
জয়ধবনিয়ে আমাৰ
পাহাৰখনক
দখল কৰিলে৷
আমাৰ পিতা
এতিয়া নাই৷
- পাৰীৰ জীয়েকহঁত
টোকাঃ পাৰী
ৰজাৰ দুগৰাকী জীয়েকে কবিতাটো লিখিছিল৷
புறநானூறு 182
உண்டால் அம்ம, இவ்வுலகம்- இந்திரர்
அமிழ்தம் இயைவது ஆயினும், ‘இனிது’ எனத்
தமியர் உண்டலும் இலரே; முனிவிலர்;
துஞ்சலும் இலர்; பிறர் அஞ்சுவது அஞ்சி,
புகழ் எனின், உயிரும் கொடுக்குவர், பழி எனின்,
உலகுடன் பெறினும், கொள்ளலர், அயர்விலர்;
அன்ன மாட்சி அனையர் ஆகி,
தமக்கென முயலா நோன் தாள்,
பிறர்க்கென முயலுநர் உண்மையானே.
- கடலுள் மாய்ந்த இளம்பெருவழுதி
পুৰনানুৰু ১৮২
পৃথিৱীৰ
অস্তিত্ব আছে সেইসকল লোকৰ বাবে,
যদি
তেওঁলোকক ইন্দ্ৰপুৰীৰ অমৃতো পিবলৈ
দিয়া হয়
অকলে কেতিয়াও গ্ৰহণ
নকৰে৷ যদিও
জানে যে সেয়া সুস্বাদু৷
যাৰ অন্তৰত
ঘৃণা নাই, আলস্য ভাৱ নাই,
বেলেগে যি
ভয় কৰে তেওঁলোকেও কৰে৷
যশস্যাৰ
বাবে জীৱনো ত্যাগ কৰিব,
কিন্তু যি
যশস্যাত সন্মান নাই
তাক স্বীকাৰ
নকৰে৷
যদি গোটেই
পৃথিৱীখনকে
দি দিয়া হয়
তেওঁলোকৰ
একো আক্ষেপ
নাথাকে,
উচ্ছগুণ
বিশিষ্ট ব্যক্তি যিয়ে নিজৰ
ক্ষমতা
তেওঁলোকৰ বাবে নহয় অন্যৰ
বাবে
ব্যৱহাৰ কৰে৷
- ইলমবেৰুৱালুতি
টোকাঃ
ইলমবেৰুৱালুতিয়ে এই কবিতাটোত ব্যক্তিৰ গুণসমূহৰ বিষয়ে কৈছে৷
புறநானூறு 186
நெல்லும் உயிர் அன்றே; நீரும் உயிர் அன்றே;
மன்னன் உயிர்த்தே மலர்தலை உலகம்
அதனால் ‘யான் உயிர்’ என்பது அறிகை,
வேல் மிகு தானை வேந்தற்குக் கடனே.
- மோசி கீரனார்
পুৰনানুৰু ১৮৬
ধান জীৱন
নহয়ক্ক পানী জীৱন নহয়ক্ক
সমগ্ৰ
পৃথিৱীৰ বাবে ৰজাই জীৱনক্ক
অস্ত্ৰ-শস্ত্ৰ
আৰু সেনাবাহিনীৰ
গৰাকী
ৰজাজনৰ এয়া জনাটো
কৰ্তব্য যে
তেওঁ পৃথিৱীৰ জীৱনক্ক
- ম’চীকীৰনাৰ
টোকাঃ
ম’চীকীৰনাৰে ৰজাৰ গুৰুত্ব বুজাবলৈ কবিতাটো লিখিছিল৷
புறநானூறு - 187
நாடாகொன்றோ; காடாகொன்றோ;
அவலாகொன்றோ; மிசையாகொன்றோ;
எவ் வழி நல்லவர் ஆடவர்,
அவ் வழி நல்லை; வாழிய நிலனே!
- ஔவையார்
পুৰনানুৰু ১৮৭
তুমি পৰিষ্কাৰ
ভূমিও হ’ব পাৰা
নতুবা অৰণ্য, পাদদেশ বা পৰ্বতো হ’ব পাৰা,
যদি তাত
বসবাস কৰা
মানুহখিনি
ভাল হয়
তেন্তে তুমি
ভাল দেশ হ’বাক্ক
- অৱইয়াৰ
টোকাঃ
দেশখনৰ মানুহবোৰ ভাল হ’লেহে সমৃদ্ধি হ’ব৷
புறநானூறு 188
படைப்புப் பல படைத்துப் பலரோடு
உண்ணும்
உடைப் பெருஞ் செல்வர் ஆயினும், இடைப் படக்
குறுகுறு நடந்து, சிறு கை நீட்டி,
இட்டும், தொட்டும், கவ்வியும், துழந்தும்,
நெய்யுடை அடிசில் மெய்பட
விதிர்த்தும்,
மயக்குறு மக்களை இல்லோர்க்குப்,
பயக்குறை இல்லைத் - தாம் வாழு
நாளே.
- பாண்டியன் அறிவுடை நம்பி
পুৰনানুৰু ১৮৮
ধনী
মানুহবোৰ যিয়ে সম্পত্তি অৰ্জন কৰি
উৎসৱ-পাৰ্বণত
বহুতৰ সৈতে আহাৰ গ্ৰহণ কৰে,
কিন্তু
তেওঁলোকে অতিবাহিত কৰা দিনবোৰ
সম্পূৰ্ণ
কাৰ্যকৰী কৰিব নোৱাৰে,
যেতিয়ালৈকে
তেওঁলোকে শিশুবোৰৰ
সৰু সৰু
খোজবোৰ উপভোগ
কৰিবলৈ
নাপায়,
আহাৰ বিচাৰি
মেলি দিয়া
সৰু সৰু
হাতবোৰ চাবলৈ নাপায়,
ভাত আৰু ঘীঁ
গোটেই শৰীৰত সানি
ডাঙৰসকলৰ
আহাৰ গ্ৰহণ কৰাত
বাধা দিয়া
চাবলৈ নাপায়৷
- পাণ্ডিয়ন আৰিবুদই নাম্পি
টোকাঃ
শিশুসকলৰ বিষয়ে ক’বলৈ যাওঁতে ৰজাজনে এই কবিতাটো লিখিছিল৷
புறநானூறு 189
தெண் கடல் வளாகம் பொதுமை இன்றி,
வெண்குடை நிழற்றிய ஒருமையோர்க்கும்,
நடு நாள் யாமத்தும் பகலும்
துஞ்சான்
கடு மாப் பார்க்கும் கல்லா
ஒருவற்கும்,
உண்பது நாழி; உடுப்பவை இரண்டே;
பிறவும் எல்லாம் ஓரொக்குமே;
செல்வத்துப் பயனே ஈதல்;
துய்ப்பேம் எனினே, தப்புந பலவே.
- மதுரைக் கணக்காயனார் மகனார் நக்கீரனார்
পুৰনানুৰু ১৮৯
সেইসকলৰ
মাজত যিসকলে
qw ছত্ৰৰ তলত থাকি শাসন
কৰে আৰু
অন্যৰ সৈতে
ফট্ফটীয়া
সাগৰে আৱৰা পৃথিৱীখনৰ
ভাগ-বটোৱাৰা
নকৰে,
অশিক্ষিত
ব্যক্তি যিজনে ৰাতিয়ে-দিনে
নুগুই বেগী
জন্তুবোৰক অনুসৰণ কৰে,
এই সকলোবোৰ
মানুহ সমান৷
তেওঁলোকক
মাত্ৰ দুজোখ কাপোৰ,
দুসাঁজ
খাদ্যৰ প্ৰয়োজন৷
গতিকে, ধন-সম্পত্তিৰ উদ্দেশ্য
দান দিয়া
হ’ব লাগে,
যদি কোনোবাই
ভাবে যে
ধন-সম্পত্তি
নিজেই উপভোগ
কৰিব,
তেতিয়াহ’লে
সকলো
ব্যৰ্থ হ’ব৷
- নক্কীৰনৰ
টোকাঃ ব্যক্তিৰ ধন-সম্পত্তিৰ দানৰ বিষয়ে ইয়াত কোৱা
হৈছে৷
புறநானூறு 192
யாதும் ஊரே; யாவரும் கேளிர்;
தீதும் நன்றும் பிறர் தர வாரா;
நோதலும் தணிதலும் அவற்றோரன்ன;
சாதலும் புதுவது அன்றே; வாழ்தல்
இனிது என மகிழ்ந்தன்றும் இலமே; முனிவின்,
இன்னாது என்றலும் இலமே; மின்னொடு
வானம் தண் துளி தலைஇ ஆனாது
கல் பொருது இரங்கும் மல்லற் பேர்
யாற்று
நீர் வழிப்படூஉம் புணைபோல், ஆருயிர்
முறை வழிப்படூஉம் என்பது
திறவோர்
காட்சியின் தெளிந்தனம் ஆகலின், மாட்சியின்
பெரியோரை வியத்தலும் இலமே;
சிறியோரை இகழ்தல் அதனினும் இலமே.
- கணியன் பூங்குன்றனார்
পুৰনানুৰু ১৯২
সকলো চহৰেই
আমাৰ৷ সকলো আমাৰ আত্মীয়৷
ভাল-বেয়া
অন্যৰ পৰা আমাৰ ওচৰলৈ নাহে৷
কষ্ট আৰু
কষ্টৰ সমাপ্তিও অন্যৰ পৰা আমালৈ নাহে৷
মৃত্যু একো
নতুন নহয়৷
জীৱন যেতিয়া
মধুৰ হয়
আমি তাক
উপভোগ নকৰোঁ৷
আমি খঙত
কেতিয়াও
জীৱনটো
অনৰ্থক বুলিও কোৱা নাই৷
যিসকলে বুজি
পালে, তেওঁলোকৰ দৃষ্টিৰে
আমি দেখো যে
এটা মূল্যৱান জীৱন
এখন নাৱৰ
দৰে,
যি
সীমাহীনভাৱে গুজৰি-গুমৰি থকা
নদী এখনৰ
মাজেৰে আগুৱাই গৈ থাকে,
শীতল বৰষুণ
আৰু বিজুলীক অতিক্ৰম
কৰি শিলতো
খুন্দা খাবলগীয়া হয়৷
মহান
ব্যক্তিসকলক লৈ আমি আচম্বিত নহওঁ,
যিসকল
দুৰ্বল তেওঁলোকক আমি
অৱহেলাও
নকৰোঁ৷
- কনিয়ন পোনকুনদ্ৰনৰ
টোকা ঃ
মানুহৰ বিষয়ে ইয়াত কোৱা হৈছে৷
புறநானூறு 195
பல் சான்றீரே! பல் சான்றீரே!
கயல் முள் அன்ன நரை முதிர் திரை
கவுள்,
பயன் இல் மூப்பின், பல் சான்றீரே!
கணிச்சிக் கூர்ம் படைக் கடுந்திறல்
ஒருவன்
பிணிக்கும் காலை, இரங்குவிர் மாதோ;
நல்லது செய்தல் ஆற்றீர் ஆயினும்,
அல்லது செய்தல் ஓம்புமின்; அதுதான்
எல்லாரும் உவப்பது; அன்றியும்,
நல் ஆற்றுப் படூஉம் நெறியுமார்
அதுவே.
- நரிவெரூ உத்தலையார்
পুৰনানুৰু ১৯৫
হে সুন্দৰ
প্ৰকৃতিৰ পণ্ডিত পুৰুষক্ক
হে সুন্দৰ
প্ৰকৃতিৰ পণ্ডিত পুৰুষক্ক
তোমাৰ qw চুলিবোৰ মাছৰ কাঁইটৰ দৰেক্ক
তোমাৰ
ছালবোৰ বলিৰেখা যুক্তক্ক
তোমাৰ এই
বৃদ্ধাৱস্থা ফলাফলহীন৷
হে সুন্দৰ
প্ৰকৃতিৰ পণ্ডিত পুৰুষ/
তুমি দুখ
অনুভৱ কৰিবা যেতিয়া
শক্তিশালী
যম ৰজাই চোকা কুঠাৰখনৰে
সৈতে তোমাক
বান্ধিবলৈ আহিব৷
যদি তুমি
ভাল কাম কৰিব নোৱাৰা,
তেতিয়াহ’লে
বেয়া কামবোৰৰ পৰাও
আঁতৰি
থাকিবা৷
তুমি যদি
এইখিনি কৰা,
সকলোৰে মনত
আনন্দ দিয়াৰ লগতে
ভালপথত
আগুৱাই যাব পাৰিবাক্ক
- নাৰিবেৰু তলইয়াৰ
টোকাঃ
মানুহৰ বৃদ্ধাৱস্থা আৰু কৰ্মৰ বিষয়ে কোৱা হৈছে৷
புறநானூறு 204
ஈ என இரத்தல் இழிந்தன்று; அதன் எதிர்,
‘ஈயேன்’ என்றல்
அதனினும் இழிந்தன்று;
‘கொள்’ எனக் கொடுத்தல்
உயர்ந்தன்று; அதன் எதிர்,
‘கொள்ளேன்’ என்றல்
அதனினும் உயர்ந்தன்று;
தெண்ணீர்ப் பரப்பின் இமிழ் திரைப்
பெருங்கடல்
உண்ணார் ஆகுப, நீர் வேட்டோரே;
ஆவும் மாவும் சென்று உண, கலங்கி,
சேறோடு பட்ட சிறுமைத்து ஆயினும்,
உண் நீர் மருங்கின் அதர் பல ஆகும்;
புள்ளும் பொழுதும் பழித்தல் அல்லதை,
உள்ளிச் சென்றோர் பழியலர்; அதனால்
புலவேன் - வாழியர், ஓரி! விசும்பில்
கருவி வானம் போல
வரையாது சுரக்கும் வள்ளியோய்
நின்னே!
- கழைதின் யானையார்
பாடப்பட்டோன்: வல்வில் ஓரி
পুৰনানুৰু ২০৪
এয়া ক’বলৈ
অসন্মানজনক, ‘‘মোক কিবা দিয়া৷’’
ইয়াৰ
বিপৰীতে এনেদৰে প্ৰত্যুত্তৰ
দিবলৈ বেছি
অসন্মানজনক, ‘‘মই একো নিদিওঁ৷’’
এইটো ক’বলৈ
বেছি ভাল, ‘‘লোৱা৷’’
ইয়াতকৈ ভাল
এয়া ক’বলৈ, ‘‘মোক এইটো নালাগে৷’’
মানুহ
পিয়াহত থাকিলেও তৰ্জন-গৰ্জন কৰা
সমুদ্ৰৰ পৰা
পানী গ্ৰহণ নকৰে৷
কিন্তু যদি
ক’ৰবাত উপযুক্ত পানী থাকে, যদিও
বৰ ভাল নহয়, বোকাৰ লগত মিহলি হৈ
আছে, গৰু আৰু ঘোঁৰাইও যাক পিয়ে,
তালৈ যোৱাৰ
পথ অসংখ্য ওলায়৷
যিসকলৰ
প্ৰয়োজন আছে, তেওঁলোক
যদি ৰজাৰ
ওচৰলৈ যায় আৰু ৰজাই
একো নিদিয়ে
তেন্তে সময়ৰহে দোষ
ৰজাৰ নহয়৷
গতিকে মই
তোমাক ঘিণ নকৰোঁ৷
তুমি যেন
দীৰ্ঘজীৱী হোৱা অৰিক্ক
তুমি এজন
উদাৰ পুৰুষ
যিয়ে
সীমাহীনভাৱে উপহাৰ দান কৰে,
যেনেকৈ
ডাৱৰে আকাশক বিজুলী-গাজনি দিয়েক্ক
- কলাইতিন য়ানাইয়াৰ
টোকা ঃ
ৱালৱিল অৰি ৰজাৰ বাবে কবিতাটো ৰচনা কৰা হৈছিল৷
புறநானூறு 218
பொன்னும், துகிரும், முத்தும், மன்னிய
மா, மலை பயந்த காமரு மணியும்,
இடைபடச் சேய ஆயினும், தொடை புணர்ந்து,
அரு விலை நன் கலம் அமைக்கும் காலை,
ஒரு வழித் தோன்றியாங்கு - என்றும்
சான்றோர்
சான்றோர் பாலர் ஆப;
சாலார் சாலார் பாலர் ஆகுபவே.
- கண்ணகனார்
பாடப்பட்டோர்: பிசிராந்தையார், கோப்பெருஞ்சோழன்
পুৰনানুৰু ২১৮
যদিও ইটোৱে
সিটোৰ পৰা আঁতৰত ওপজিছে,
স্থিৰ
পৰ্বতে তৈয়াৰ কৰা মনোমোহা ৰত্ন, সোণ,
প্ৰবাল, মুকুতা যেতিয়া একেলগ কৰা হয়,
তেতিয়া বহুত
মূল্যৱান আৰু সুন্দৰ অংলকাৰলৈ
পৰিণত হয়৷
ঠিক তেনেদৰে
পণ্ডিত মানুহ
পণ্ডিতৰ
সংগতে পোৱা যায় আৰু
নীচ মানুহ
নীচৰ সৈতেক্ক
- কন্নকনাৰ
টোকাঃ ৰজা
কপেৰুনচোলনৰ মৃত্যুৰ পাছত তেওঁৰ কবি বন্ধু পিচিৰনতইয়াৰ পাণ্ড্য দেশলৈ আহি উত্তৰ দিশলৈ
চাই বহি থাকোঁতে মৃত্যুবৰণ কৰে৷ এই দৃশ্য দেখি কন্নকনৰে দুখন বেলেগ দেশৰ দুজন
বন্ধুৰ যি বন্ধুত্ব, তাকে প্ৰশংসা কৰি কবিতাটো ৰচনা কৰে৷
புறநானூறு 242
இளையோர் சூடார்; வளையோர் கொய்யார்;
நல் யாழ் மருப்பின் மெல்ல வாங்கி
பாணன் சூடான்; பாடினி அணியாள்;
ஆண்மை தோன்ற ஆடவர்க் கடந்த
வல் வேற் சாத்தன் மாய்ந்த
பின்றை
முல்லையும் பூத்தியோ ஒல்லையூர்
நாட்டே?
- குடவாயில் கீரத்தனார்
பாடப்பட்டோன்: ஒல்லையூர் கிழான்
மகன் பெருஞ்சாத்தன்
পুৰনানুৰু ২৪২
অ’
খৰিকাজাঁইক্ক
কোনো ডেকাই
তোমাক পৰিধান নকৰে,
খাৰু পিন্ধি
থকা গাভৰুকেইগৰাকীয়েও নিচিঙে,
য়াল বজাই
থকা গায়ককেইজনেও
তোমাক
নিবিচাৰে৷
সেই বীৰ
যুঁজাৰুজনৰ মৃত্যুৰ
পাছত কোনেও
তোমাৰ যত্ন নলয়৷
তাৰ পাছতো
তুমি উলায়ুৰত
কিয়
প্ৰস্ফুটিত হৈছা?
- কুডবাইল কিৰতনাৰ
টোকাঃ ৰজাৰ
মৃত্যুৰ পাছত কবিজনে এনেদৰে শোক প্ৰকাশ কৰিছিল৷
புறநானூறு 278
‘நரம்பு எழுந்து உலறிய
நிரம்பா மென் தோள்
முளரி மருங்கின், முதியோள், சிறுவன்
படை அழிந்து, மாறினன்’ என்று பலர் கூற,
‘மண்டு அமர்க்கு
உடைந்தனன் ஆயின், உண்ட என்
முலை அறுத்திடுவென், யான்’ எனச் சினைஇ,
கொண்ட வாளொடு படுபிணம் பெயரா
செங்களம் துழவுவோள், சிதைந்து வேறு ஆகிய
படுமகன் கிடக்கை காணூஉ,
ஈன்ற ஞான்றினும் பெரிது உவந்தனளே!
- காக்கை பாடினியார் நச்செள்ளையார்
পুৰনানুৰু ২৭৮
যেতিয়া তাই
বহুতে কোৱা শুনিছিল,
‘‘সেই সীৰ জিলিকা, শিথিল ছালৰ
সৈতে শুষ্ক, থুনুকা বাহু আৰু পদুমৰ পাতৰ দৰে
চেপেটা পেটৰ
বুঢ়ী মানুহগৰাকীৰ পুত্ৰই
ভয়ংকৰ
যুদ্ধক্ষেত্ৰৰ পৰা শংকাতে পলায়ন কৰে
আৰু হত্যাৰ
বলি হয়৷’’
তাই খঙত
তেতিয়া কয়,
‘‘তেনেকুৱা হ’লে মোৰ এই স্তন কাটি পেলাম৷’’
হাতত তৰোৱাল
লৈ তাই যুদ্ধক্ষেত্ৰত
মৃতদেহবোৰৰ
মাজত পুত্ৰক বিচাৰি আছিল৷
শেষত তাই
কাটি টুকুৰা হোৱা পুত্ৰৰ শৰীৰটো
বিচাৰি পায়৷
যিদিনা তাক
জন্ম দিছিল তাতোকৈও তাই
গৌৰৱ অনুভৱ
কৰিলে৷
- কাক্কাই পাডিনিয়াৰ নাচ্ছেল্লেয়াৰ
টোকা ঃ
মহিলা কবিগৰাকীয়ে যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰা পুত্ৰৰ বৃদ্ধা মাতৃগৰাকীৰ বিষয়ে
লিখিছে৷
புறநானூறு 312
ஈன்று புறந்தருதல் என் தலைக் கடனே;
சான்றோன் ஆக்குதல் தந்தைக்குக்
கடனே;
வேல் வடித்துக் கொடுத்தல்
கொல்லற்குக் கடனே;
நண்ணடை நல்கல் வேந்தற்குக் கடனே;
ஒளிருவாள் அருஞ்சமம் முருக்கி,
- பொன்முடியார்
পুৰনানুৰু ৩১২
তাক
ডাঙৰ-দীঘল কৰাটো মোৰ আটাইতকৈ ডাঙৰ দায়িত্ব,
তাক সুপুৰুষ
হিচাপে গঢ়ি তোলাটো পিতাকৰ দায়িত্ব,
তাৰ হাতত
অস্ত্ৰ-শস্ত্ৰ তুলি দিয়াটো কমাৰৰ দায়িত্ব,
তাক ভাল
আচৰণৰ বিষয়ে শিক্ষা দিয়াটো ৰজাৰ দায়িত্ব,
আৰু উজ্জ্বল
তৰোৱালখনেৰে কঠিন যুদ্ধবোৰত শত্ৰুপক্ষক
প্ৰতিহত কৰি
ঘৰলৈ ঘূৰি অহাটো তাৰ দায়িত্ব৷
- পনমুডিয়াৰ
টোকা ঃ এজন
যোদ্ধাৰ সৈতে জড়িত বিষয়বোৰৰ সম্পৰ্কে কোৱা হৈছে৷
No comments:
Post a Comment